About us

অভিজ্ঞতা

জ্যোতিষ শাস্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰি মই যোৱা ইং ১৯৯৮ চনৰ পৰা আজিলৈকে বিৰামহীনভাৱে জ্যোতিষীয় সেৱা আগবঢ়াই আহিছো। জাতক-জাতিকাৰ শৰীৰ-মন, বিদ্যা-বুদ্ধি, কৰ্ম-সংস্কাৰ, ব্যৱসায়-বাণিজ্য, বিবাহ, সন্তান, দাম্পত্য জীৱন, গৃহ, যান-বাহন, ঘৰুৱা উন্নতি, মান-সম্মান, সুখ্যাতি, বিদেশ ভ্রমণ, বাস্তু আদি বিজ্ঞানসন্মত আৰু পৰম্পৰাৰ জৰিয়তে জ্যোতিষীয় পৰামৰ্শৰ জৰিয়তে সেৱা আগবঢ়োৱা হয়। বাস্তু শাস্ত্ৰৰ পৰামৰ্শ আৰু হস্তৰেখা নিৰ্দেশনাৰ জৰিয়তে জনগণৰ মংগল সাধনা কৰা হয়। আমাৰ গুৱাহাটীৰ মা-কামাখ্যা জ্যোতিষালয় নিৰ্ভৰযোগ্য সু-প্রতিষ্ঠান। জ্যোতিষীয় পৰামৰ্শ, কুষ্ঠি বিচাৰ, হস্তৰেখা বিচাৰ, সংখ্যাতত্ত্ব, জ্যোতিষ বাস্তু শাস্ত্ৰৰ পৰামৰ্শ আদি সম্পূর্ণ বিজ্ঞানসন্মত পদ্ধতিত বিচাৰ কৰা হয়। লগতে স্থান-কাল-পাত্রভেদে গ্ৰহাৰ্চ্ছন, ৰত্নধাৰণৰ আদি ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক সুপৰামৰ্শ দি সকাহ দি উপকৃত কৰাৰ প্ৰয়াস কৰিছো ।

অন্যান্যঃ

শ্রী কীৰ্ত্তি ৰঞ্জন শৰ্মা, জ্যোতিষ ভাস্কৰ, প্ৰতিস্থাপক সম্পাদক অসম জ্যোতিষ সভা। জ্যোতিষীয় অভিজ্ঞতা ২৬ বছৰত উপনীত, পৰম্পৰাগত আৰু আধুনিক জ্যোতিষ বিষয়ত অভিজ্ঞতাৰে সমৃদ্ধ।

২৬
বছৰ চলি আছে

পৰম্পৰাগত জ্যোতিষীয়

Why Choose Us

প্রাচীন প্রজ্ঞাৰে আপোনাক পথ প্রদর্শন কৰা, আধুনিক অন্তর্দৃষ্টিৰে যিয়ে আপোনাক শক্তিশালী কৰে।

  • 50000+

    আমাৰ জ্যোতিষ কার্যালয়লৈ ধাবমান হোবা যাত্রী প্রায় ৫০,০০০ লোকক জ্যোতিষ শাস্ত্ৰৰ পৰামর্শ সেৱা আগবঢ়াবলৈ সুবিধা লাভ কৰিছো

  • 26+

    বছৰ বছৰ ধৰি অভিজ্ঞতা

  • 25++

    ব্যাপক জ্যোতিষ সেৱা